Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মাটিৰ দালালক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি

নিউজ ডেস্ক,১৫মে’ : মাটিৰ দালালক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি

ঘৰৰ পৰাই ধৰি লৈ অহা হ’ব মাটিৰ দালালক

এতিয়াৰে পৰা NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব মাটিৰ দালালক

দীর্ঘসময়ৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব মাটিৰ দালালক(Himanta Biswa Sarma)

ৰাজ্যত পুনৰ মাটিৰ দালালৰ বিৰুদ্ধে চলিব অভিযান

সাৰি যাব নোৱাৰিব কোনো মাটিৰ দালাল

কচুতলীৰ মাটিৰ দালালকো শীঘ্ৰেই কৰিব গ্ৰপ্তাৰ

মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি দীৰ্ঘসময়ৰ বাবে জেলৰ ৰখাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : WATCH | Waqf Act 2025: দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি