Local, Vocal, Global

WATCH | Himanta Biswa Sarma : সোণাপুৰৰ কচুতলিত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

সোণাপুৰ,১৪মে’ : সোণাপুৰৰ কচুতলিত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

পৰিদৰ্শন কৰিলে কচুতলিত স্থাপন হ’বলগীয়া দশম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ প্ৰস্তাৱিত ভূমি।

প্ৰায় ১০০ বিঘা ভূমিত স্থাপন হ’ব দশম আৰক্ষী বাহিনীৰ কাৰ্যালয়(Himanta Biswa Sarma)।

ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভতো কৰিলে কেতবোৰ মন্তব্য।

লগতে পঢ়ক : WATCH | Mangaldoi News : শৰীৰ চৰ্চা কাৰী আক্কাছ আলি এতিয়া পঞ্চায়তৰ প্ৰতিনিধি