WATCH | Himanta Biswa Sarma: ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খবৰ
নিউজ ডেস্ক,৩মে’ : ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খৱৰ
ৰেচন কার্ড হিতাধীকীৰিলৈ ভাল খবৰ
কলেজত বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰিব ছাত্র-ছাত্রীয়ে
ৰেচন কার্ড দেখুৱালেই কলেজত হ’ব বিনামূলীয়া নামভর্তি(Himanta Biswa Sarma)
নালাগে ইনকাম চার্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ-পত্র
একাদশ শ্রেণীত ছাত্ৰ-ছাত্ৰীৰ নামভর্তি হ’ব বিনামূলীয়া
সকলো কলেজৰ অধ্যক্ষলৈ নির্দেশনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ