Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিজ হাতে অংকন কৰা ছবি উপহাৰ দিলে দুই যুৱকে

ৰঙিয়া,৩০এপ্ৰিল : ৰঙিয়াৰ দুজন যুৱকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিলে তেওঁলোকে নিজে অংকণ কৰি উলিওৱা মুখ্যমন্ত্ৰী গৰাকীৰ দুখনকৈ প্ৰতিচ্ছবি।

আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু ঠিক সেই সময়তে ৰঙিয়াৰ দুই যুৱক সাগৰ আৰু জ্যোতিষ্মানে মুখ্যমন্ত্ৰী গৰাকীক উপহাৰ হিচাপে দিলে তেওঁলোকে নিজে অংকণ কৰি উলিওৱা মুখ্যমন্ত্ৰী গৰাকীৰ দুখনকৈ প্ৰতিচ্ছবি যাক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)।

লগতে পঢ়ক : WATCH | HS Results 2025 : উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে