Local, Vocal, Global

WATCH | Himanta Biswa Sarma: মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নগাঁও,২২এপ্ৰিল : নিশা ভেৰভেৰীস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ মন্দিৰভাগৰ উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত বুজ লয়(Himanta Biswa Sarma)।

লগতে মুখ্যমন্ত্ৰীগৰাকীৰ সংগ দিয়ে বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মা।

লগতে পঢ়ক : WATCH | Heated situation: নগাঁও আদালতৰ সমীপত অপ্ৰীতিকৰ পৰিস্থিতি