WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ সন্মুখতে হঠাৎ খং উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
নিউজ ডেস্ক,১৫এপ্ৰিল : মুখ্যমন্ত্ৰীৰ সন্মুখতে নলবাৰীত হঠাৎ খঙত অগ্নিশৰ্মা হৈ উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
পিছে কাৰ ওপৰত খঙত অগ্নিশৰ্মা হ’ল সভাপতি গৰাকীয়ে(Himanta Biswa Sarma)।
কাক আজিয়ে ছাইড কৰিব ক’লে সভাপতি গৰাকীয়ে।
লগতে পঢ়ক : WATCH | Waqf Act : ৱাকফ আইনক লৈ অসমৰ ৰাজপথত কৰিব নোৱাৰিব প্ৰতিবাদঃমুখ্যমন্ত্ৰী