WATCH | Himanta Biswa Sarma : ‘গৌৰৱ-অখিল- লুৰিণজ্যোতিয়ে ছুনামি আনক আমি ৰৈ আছোঁ’

নিউজ ডেস্ক,১৩এপ্ৰিল : ‘গৌৰৱ-অখিল-লুৰিণজ্যোতি এক হ’লেই যদি ছুনামি হয় তেন্তে নহয় কিয়?’
‘গৌৰৱ-অখিল- লুৰিণজ্যোতিয়ে ছুনামি আনক আমি ৰৈ আছোঁ’
‘৩ জনেই একেলগে ভাত খাই একলগ হৈ লওক’
‘পিছলৈ নিজৰ ল’ৰা-ছোৱালীৰ মাজতো বিয়াৰ চিন্তা কৰক’
‘তেওঁলো্কৰ ৩ জনৰ সম্পৰ্ক আৰু ভাল হ’ব’
‘স্থায়ী সম্পর্ক এটা গঢ়ক গৌৰৱ-অখিল-লুৰিণজ্যোতিয়ে’
তিনি গগৈক লৈ মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)
তিনি গগৈৰ মাজত সম্পৰ্ক গঢ়িবলৈ কৰিবলৈ ক’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।