Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ‘জুম্মা-নামাজৰ দিনাই অসমত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল একাংশ সংখ্যালঘুৱে’-হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৩এপ্ৰিল : ‘জুম্মা-নামাজৰ দিনাই অসমত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল একাংশ সংখ্যালঘুৱে’

‘পশ্চিমবংগৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছিল একাংশ সংখ্যালঘুৱে’

‘৫ দিনৰ পূৰ্বে চোৰাংচোৱাই এই তথ্য লাভ কৰিছিল’

আইন-শৃংখলাজনিত পৰিস্থিতি অক্ষুণ্ণ ৰখাৰ বাবে অসম আৰক্ষীকো ধন্যবাদ মুখ্যমন্ত্ৰীৰ

‘কূটাঘাতৰ ভয়ংকৰ পৰিকল্পনা ফেইল কৰিলে অসম আৰক্ষীয়ে’

‘ৰাজ্যৰ প্ৰতিটো মছজিদৰ ইমাম, মৌলানাক সাক্ষাৎ কৰিছিল SP সকলে’

মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীত এটি পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ