WATCH | Himanta Biswa Sarma : ‘অসমত প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও ৱাকফৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানতহে প্রতিবাদ হৈছে’
নিউজ ডেস্ক,১২ এপ্ৰিল : ‘অসমত প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও ৱাকফৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানতহে প্রতিবাদ হৈছে’
ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলমানলোকে কৰা প্ৰতিবাদকলৈ মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট(Himanta Biswa Sarma)।
‘অসমৰ জনসংখ্যাৰ প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও’
‘ ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানত প্রতিবাদ হৈছে’
‘ প্ৰতিটোতে ডেৰশতকৈ কম লোকেহে অংশ লৈছে’
‘একাংশই অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে’
‘অসমৰ শান্তি শৃংখলা অটুত ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে ‘
‘অতি সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে পালন কৰাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছোঁ’
‘অসমত এতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ নির্বিশেষে ৰাইজে একত্ৰ হৈ’
অসমৰ মানুহে জাতি, ধর্ম নির্বিশেষে একত্রিত হৈ ব’হাগ বিহুক পালন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক : WATCH | UPI crash alert: হঠাৎ বিকল হৈ পৰিছে phonepay,gpay,paytm