Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ISROৰ অধ্যক্ষ ভি নাৰায়ণনৰ

নিউজ ডেস্ক,৮এপ্ৰিল : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ISROৰ অধ্যক্ষ ভি নাৰায়ণনৰ।

অসমৰ নিজা ছেটেলাইট সন্দৰ্ভত দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ISROৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে আলোচনা কৰে।

অসমে নিজাকৈ এটা কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা কৰিব বিচৰা পৰিকল্পনাত ISROৰ অধ্যক্ষজনে পূৰ্ণ সহযোগৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীক(Himanta Biswa Sarma)।

লগতে পঢ়ক : WATCH | Jamugurihat News : নদুৱাৰৰ বালিজুৰিত স্বাধীনতা সংগ্ৰামী বাবু ডম্বৰ সিং গুৰুংৰ ৭৭তম পূণ্য তিথি উদযাপন