WATCH | Himanta Biswa Sarma : চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
নিউজ ডেস্ক,৪এপ্ৰিল : চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
বৃদ্ধি কৰা হ’ল চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ
২ শতাংশকৈ মৰৰ্গীয়া বানচ বৃদ্ধি চৰকাৰী কৰ্মচাৰীৰ
চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী এই সিদ্ধান্ত
বিহুৰ আগতে পোৱা দৰমহাত সংলগ্ন কৰা হ’ব ২ শতাংশ DA
৫৩ৰ পৰা ৫৫ শতাংশলৈকে বৃদ্ধি পালে মৰগীয়া বানচ
লগতে পঢ়ক : WATCH | Waqf Amendment Bill: কোনো পধ্যেই মুছলমানে মানি নলয় ৱাকফ বিল