Himanta Biswa Sarma:শীঘ্ৰেই হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
নিউজ ডেস্ক,১ডিচেম্বৰ : শীঘ্ৰেই হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য(Himanta Biswa Sarma)
ডিচেম্বৰ মাহৰ ভিতৰত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব এজন বিধায়কক
বৰাকৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব বিধায়কগৰাকীক
বিশেষ বৃহৎ সম্প্ৰসাৰণৰ কথা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে