WATCH | Himanta Biswa Sarma : ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান -২০২৪ৰ অনুষ্ঠান
নিউজ ডেস্ক,৩এপ্ৰিল : ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান -২০২৪ৰ অনুষ্ঠান।
ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ এই সন্মান।
অসম বৈভৱ , অসম গৌৰৱ, অসম সৌৰভ বঁটা প্ৰদান ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান অনুষ্ঠান(Himanta Biswa Sarma)।
অনুষ্ঠানত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
ৰাজ্যপালগৰাকীয়ে প্ৰদান কৰে এই বটাঁ।
উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
অৱসৰপ্ৰাপ্ত লে:জেনেৰেল ৰানাপ্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান।
সুব্ৰমণিয়ান ৰামাদোৰাই, ড০ বাপ্পী পাল , ড০ পূৰৱী শইকীয়ালৈ অসম সৌৰভ বঁটা।
দ্বীপেন বৰুৱা, উমা চেত্ৰী, হেমন্ত দত্তলৈও অসম সৌৰভ বঁটা।
লগতে পঢ়ক :WATCH | Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনৰ বাবে আজিৰ পৰা সংগ্ৰহ কৰিব মনোনয়ন