Local, Vocal, Global

WATCH | Himanta Biswa Sarma :মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলোৱাৰ, মহবুবুলৰ নাম

নিউজ ডেস্ক,২এপ্ৰিল : মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলোৱাৰ, মহবুবুলৰ নাম

‘আইনৰ বাটেৰে মই সকলোবোৰ খটম কৰিম’

‘অসমৰ পৰা সকলো বেয়া শক্তি মই খটম কৰিম’

‘বেয়া শক্তি খটম কৰিব নোৱাৰিলে মই মুখ্যমন্ত্রী কিয় হৈছো’

‘আইনৰ বাটেৰে মই সকলোবোৰ খটম কৰিম’

‘সেয়া লাগিলে দিলৱাৰেই হওক, অথবা মহবুবুলেই হওক

‘মুঠতে অসূয়া শক্তি অসমৰ পৰা খটম কৰিব লাগে’-মুখ্যমন্ত্রী(Himanta Biswa Sarma)

লগতে পঢ়ক : WATCH | Panchayat Election 2025: পঞ্চায়ত নির্বাচনক লৈ ডাঙৰ খবৰ