WATCH | Himanta Biswa Sarma : আজি যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যোৰহাট,২এপ্ৰিল : আজি যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । যোৰহাটত কেইবাটাও প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে কমাৰবন্ধা আলি ৰে’লৱে উৰণ সেতু কৰিব মুকলি(Himanta Biswa Sarma)।