Local, Vocal, Global

WATCH | Himanta Biswa Sarma : এতিয়াৰে পৰা যিকোনো দুৰ্নীতৰ অভিযোগ নিজেই মুখ্য়মন্ত্ৰীক জনাওক

নিউজ ডেস্ক,২২মাৰ্চ : এতিয়াৰ পৰা যিকোনো দুৰ্নীতৰ অভিযোগ নিজেই মুখ্য়মন্ত্ৰীক জনাওক

‘Connect Chief Minister Assam’ মুকলি কৰা হ’ল জনতাৰ বাবে

এতিয়াৰ পৰা যিকোনো দুৰ্নীত-অনিয়মৰ অভিযোগ পোনপটীয়াকৈ দিয়ক মুখ্যমন্ত্ৰীক

অভিযোগ দিয়া মাত্ৰকেই বিপদত নিশ্চিত দুৰ্নীতিকাৰীৰ(Himanta Biswa Sarma)

মুকলি হ’ল কেইবাটাও প্লেটফৰ্ম

চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই নিজেই মুখ্য়মন্ত্ৰীক জনাওক

চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেন্ডেল

ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক

ই-মেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব ড০ হিমন্ত বিশ্ব শর্মাক

লগতে পঢ়ক : WATCH | Nagarbera News : বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চেঙাত