Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰীত ওচৰত পাই কি অনুৰোধ কৰিলে আইতাই

নিউজ ডেস্ক,২০মাৰ্চ : মই আপোনাক মালা দিছো, গামোছা দিছোঁ, মই কিয় ঘৰ পোৱা নাই ? মুখ্যমন্ত্ৰীক ওচৰত পাই এগৰাকী আইতাই বিচাৰিলে ঘৰ, লেট্ৰিন আৰু বিজুলীৰ লগতে লগতে জীয়ৰীক বিয়াৰ দিবলৈ সহায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আইতাক অতি সোনকালে সকলো দিয়াৰ দিলে আশ্বাস(Himanta Biswa Sarma)।

লগতে পঢ়ক : WATCH | Guwahati News :‘তোক চাই লম’।’ছেকেণ্ডত ট্ৰান্সফাৰ কৰাই আছোঁ তোক’