Local, Vocal, Global

WATCH | Himanta Biswa Sarma : “আজি গধূলিৰ ভিতৰত PMAYৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ’ব ধন”

নিউজ ডেস্ক,১৯ মাৰ্চ : “আজি গধূলিৰ ভিতৰত PMAYৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ’ব ধন”

“পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব বাকীসমূহ কিস্তি”(Himanta Biswa Sarma)

পলাশবাৰীৰ ৰামপুৰত PMAYৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ব্যতিক্ৰমী ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা