WATCH | Himanta Biswa Sarma : “ভাৰতৰ ভিন্ন ভিন্ন ৰাজ্যত অসম দিৱস উদযাপন কৰা হয়”
নিউজ ডেস্ক,১৯মাৰ্চ : “ভাৰতৰ ভিন্ন ভিন্ন ৰাজ্যত অসম দিৱস উদযাপন কৰা হয়”
“তেনে ক্ষেত্ৰত অসমত বিহাৰ দিৱস পতাক লৈ বিতৰ্ক কৰাৰ যুক্তি নাথাকে”(Himanta Biswa Sarma)
এনেকোৱা ধৰনৰ সাম্প্ৰদায়িক মন্তব্য কৰিলে অসমৰ বাহিৰত থকা কৰ্মৰত যুৱকৰ প্ৰতি ভাবুকি অহাৰ সম্ভাৱনা থাকেঃ মুখ্যমন্ত্ৰী
লগতে পঢ়ক : WATCH | PMAY scheme : অভয়াপুৰী গান্ধী ময়দানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুদান পত্ৰ বিতৰণ