Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মঙলদৈত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী

মঙলদৈ,১৯ মাৰ্চ : মঙলদৈত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী বিতৰণ কৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ আবণ্টন পত্ৰ(Himanta Biswa Sarma)।

সমান্তৰালভাৱে দৰং জিলা প্ৰশাসনৰ জড়িয়তে ও মঙলদৈ সমষ্টিৰ ৩১৩৭ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহ আবণ্টন পত্ৰ বিতৰণ কৰে।

মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু জিলা খনৰ বহু সংখ্যক লোকৰ উপস্থিতিত এই আৱাস গৃহ বিতৰণ।

লগতে পঢ়ক : WATCH | Mahila Udyamita Abhiyaan : মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ পৰা কটা গ’ল শ শ মহিলাৰ নাম