WATCH | Himanta Biswa Sarma: ‘অসমত থাকিব লাগিলে বিজেপিৰ পক্ষত কথা ক’ব লাগিব’
নিউজ ডেস্ক,১০মাৰ্চ : ‘অসমত থাকিব লাগিলে বিজেপিৰ পক্ষত কথা ক’ব লাগিব’
‘বিজেপিৰ বিপক্ষে কথা ক’লে বাংলাদেশত গৈ ক’ব লাগিব’
‘বিজেপিৰ সপক্ষে কোৱা সংবাদমাধ্যমৰ TRP বাঢ়িব’
‘বাংলাদেশত টিভি চলাব খুজিলে আমাৰ বিৰুদ্ধে কথা কওক’ঃ মুখ্যমন্ত্ৰী(Himanta Biswa Sarma)।