WATCH | Himanta Biswa Sarma: ‘হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লাভ নাই, আপোনাতকৈ বহুত ওপৰত মই’
নিউজ ডেস্ক,৩মাৰ্চ : ‘হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লাভ নাই, আপোনাতকৈ বহুত ওপৰত মই’
‘আপোনাৰহে কেচ আছে, মোৰ এটাও কেচ নাই’
‘মই নৰখোৱা হ’লে আজি অখিল গগৈ মোৰ চকীত বহিলহেঁতেন’ – মুখ্যমন্ত্ৰী
APSC কেলেংকাৰিক লৈ সদনত মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ বাক্যুদ্ধ
বিধানসভাত অখিল গগৈৰ মুখ বন্ধ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma)।
লগতে পঢ়ক :WATCH | Akhil Gogoi : ‘ন্যায়ালয়ৰ সততাৰ ওপৰত প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই’