Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ৰাজ্যৰ লাখ লাখ মহিলা লৈ মুখ্যমন্ত্ৰীৰ খবৰ

নিউজ ডেস্ক,৩মাৰ্চ: ৰাজ্যৰ লাখ লাখ মহিলা লৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ফেচবুক লাইভযোগে ঘোষণা(Himanta Biswa Sarma)

ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ

ৰমজান মাহতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ৰাজ্যৰ কোন কোন মহিলাই পাব এই ভাল খবৰ ?

১ এপ্রিলৰ দিনটোতে লাখপতি বাইদেউৰ একাউন্টত সোমাব ধন

আত্মসহায়ক গোটৰ মহিলাৰ বাবে ৰমজানত মাহতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

লাখপতি আঁচনিৰ প্ৰথম কিস্তিৰ ধন ১০হাজাৰ টকা লাভ পাব মহিলাসকলে

এই টকাৰে ষ্টার্টআপ কৰাৰ পিছত ২৫ হাজাৰ টকাকৈ দিয়া হ’ব পৰৱৰ্তী কিস্তি

বিহালীৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণী

ফেচবুক লাইভযোগে ৰাজ্যৰ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্রীয়ে

লগতে পঢ়ক:WATCH | ADRE Results: অৱশেষত ঘোষণা কৰা হ’ল ADR পৰীক্ষাৰ ফলাফলৰ দিন