Local, Vocal, Global

Higher Secondary Final Examination:আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : আজিৰে পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত।

১ লাখ ৪৪ হাজাৰ ৫০২ জন ছাত্ৰ। ১ লাখ ৬২ হাজাৰ ৫২৩ গৰাকী ছাত্ৰী(Higher Secondary Final Examination)।

মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

প্ৰথমবাৰলৈ সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব HSৰ চূড়ান্ত পৰীক্ষাত।

CCTVৰ নজৰত থাকিব সকলো পৰীক্ষাকেন্দ্ৰ।

পৰীক্ষাকেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব মোবাইল, ইলেক্ট্ৰনিক সামগ্ৰী।

লগতে পঢ়ক:World Radio Day 2025: আজি বিশ্ব ৰেডিঅ’ দিৱস