Local, Vocal, Global

High Court issues key directives on conducting lottery matches: লটাৰী খেল অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক,২৬অক্টোবৰ : লটাৰী খেল অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ ।

লটাৰী খেল অনুষ্ঠিত কৰিবলৈ চৰকাৰক কৰিব লাগিব আবেদন ।

খেল পৰিচালনা সমিতিৰ আবেদনৰ ভিত্তিত চৰকাৰে ল’ব সিদ্ধান্ত(High Court issues key directives on conducting lottery matches)।

পূৰ্বে ৰাজ্যত লটাৰী খেল নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে।

যোৱা ৩অক্টোবৰত উচ্চ ন্যায়ালয়ে দিছিল এই নিৰ্দেশ।

ৰাজ্যত যিকোনো লটাৰী খেল নিষিদ্ধ কৰিছিল ন্যায়ালয়ে।

এই নিৰ্দেশৰ পিছতে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বহু লটাৰী পৰিচালনা সমিতি

ন্যায়ালয়ত লেখ আবেদন কৰিছিল হাউলী ৰাস মহোসৱৰ লটাৰী পৰিচালনা সমিতিয়ে।

লগতে পঢ়ক :Road Accident in Gauripur: দ্ৰুতবেগী মালবাহী ট্ৰাকে মহতিয়াই নিলে পথচাৰীক;নিহত এজন,আহত এজন