Local, Vocal, Global

WATCH | Heavy Storm in Hatsingimari : হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱত পুৱতি নিশা প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত

হাটশিঙিমাৰী,১৩এপ্ৰিল : হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱত পুৱতি নিশা প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত।

প্ৰচণ্ড ধুমুহাত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ।

এই দৃশ্য হাটশিঙিমাৰীৰ শান্তিপুৰৰ।

এনেদৰে প্ৰচণ্ড ধুমুহা বৰষুণত গছ উভালি পৰা পৰিলক্ষিত হৈছে(Heavy Storm in Hatsingimari)।

আনহাতে প্ৰচণ্ড ধুমুহাৰ ফলত বিচ্ছিন্ন হৈছে বিদ্যুৎ সংযোগ।

এফালে প্ৰচণ্ড ধুমুহা বৰষুণ আনফালে বজ্ৰপাতে এক প্ৰকাৰ আতংকিত কৰিছে হাটশিঙিমাৰীৰ ৰাইজক।

লগতে পঢ়ক : WATCH | Padma Hazarika : বিহুগীত গাই এপাক নাচিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই