WATCH | Heavy Storm : হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ
নিউজ ডেস্ক,৮মে’ : হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ।
ডিগবৈ-দুলীয়াজান সংযোগী পথত অৱস্থিত দিহিং পাটকাইত প্ৰচণ্ড ধুমুহা।
প্ৰচণ্ড ধুমুহাত খালত সোমাল চলন্ত বাহন(Heavy Storm)।
পথৰ ওপৰতে বাগৰিল বৃহৎ বৃহৎ গছ।
স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।
ৰাজপথত আৱদ্ধ হৈ পৰিছে যান-বাহন।
লগতে পঢ়ক :WATCH | Lahore Airport Blast : পুনৰ লাহোৰত ধাৰাবাহিক বিস্ফোৰণ