Local, Vocal, Global

WATCH | Heavy Storm : নিশা চৰাইদেউ জিলাত ধুমুহাৰ তাণ্ডৱ

সোণাৰি,২৪এপ্ৰিল : নিশা চৰাইদেউ জিলাত ধুমুহাৰ তাণ্ডৱ।

নিশা অহা ধুমুহাই তচনচ কৰিলে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল(Heavy Storm)।

ঠায়ে ঠায়ে ৰাস্তাত পৰিল গছ ফলত যাতায়ত ব্যাহত হয়।

বিদ্যুৎ যোগান সম্পূৰ্ণ বন্ধ হৈ পৰে।

লগতে পঢ়ক : WATCH | Encounter in Jorhat:পুনৰ গৰজিল আৰক্ষীৰ বন্দুক