Local, Vocal, Global

WATCH | Heavy rain lashes Delhi : ৰাজধানী দিল্লীত অবৰ্ণনীয় পৰিস্থিতি

নিউজ ডেস্ক,২৫মে’ : ৰাজধানী দিল্লীত অবৰ্ণনীয় পৰিস্থিতি।

নিশা অহা মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন ৰাজধানী দিল্লীৰ ভিন্ন প্ৰান্ত।

ধুমুহাই তচনচ কৰিলে ৰাজধানী দিল্লী(Heavy rain lashes Delhi)।

ৰাজপথত উভালি পৰিল ডাঙৰ ডাঙৰ গছ।

ব্যাহত হৈছে স্বাভাবিক জীৱন যাত্ৰা।

নিশা কৃত্ৰিম বানত বুৰিল কেইবাখনো গাড়ী।

লগতে পঢ়ক : WATCH | Jorhat News : বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিভাগৰ কথা আৰু কিমান কম