Local, Vocal, Global

WATCH | Heated situation : মুখ্যমন্ত্ৰীৰ সমষ্টি শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি

হাজো,২১জুন : মুখ্যমন্ত্ৰীৰ সমষ্টি শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি।

একাংশ বিজেপিৰ কৰ্মী আৰু কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহতি ।

গৌৰৱ গগৈক আগভেটা দিলে একাংশ বিজেপি কৰ্মীয়ে(Heated situation)।

শিঙিমাৰী চ’কত গৌৰৱ গগৈক আদৰিবলৈ সাজু হৈ আছিল কংগ্ৰেছ কৰ্মী সকল ।

গৌৰৱ গগৈৰ সন্মুখতে একাংশ বিজেপিৰ কৰ্মীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।

আৰক্ষীৰ সন্মুখতে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ হতাহতি ।

উত্তপ্ত পৰিস্থিতিৰ মাজতে গৌৰৱ গগৈয়ে গাড়ীৰ পৰা নামি আহি গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীৰ সম্বৰ্দ্ধনা।

লগতে পঢ়ক :WATCH | Gaurav Gogoi : হাজোত উপস্থিত APCC ৰ সভাপতি গৌৰৱ গগৈ