WATCH | Heated situation : চতুৰ্থ দিনাও পৰ্বতঝোৰাৰ বাসবাৰীত আদানিক মাটি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি
নিউজ ডেস্ক,১৫জুন : চতুৰ্থ দিনাও পৰ্বতঝোৰাৰ বাসবাৰীত আদানিক মাটি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি
আদানী গ্রুপত মাটি দিয়াৰ সিদ্ধান্ত বাতিল নকৰালৈকে হুংকাৰ প্ৰতিবাদকাৰীৰ(Heated situation)
প্ৰতিবাদস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত নোহোৱাৰ বাবে গছৰ তলত অৱস্থান প্ৰতিবাদকাৰীৰ
প্ৰতিবাদকাৰীক সমৰ্থন KMSSৰ সাংগঠনিক সম্পাদক আকাশ দলেৰ
‘BTR ত বড়ো মানুহৰ মাটি আদানিয়ে কেনেকৈ পাব?’
সংবিধান অনুসৰি মোদী-হিমন্তইও বড়ো মানুহৰ মাটি আদানীৰ হাতত তুলি দিব নোৱাৰে’
‘BTR ত বড়ো মানুহৰ মাটি অকল বড়োসকলে সিদ্ধান্ত লব’
‘হিমন্ত বিশ্ব শৰ্মাই বা দিল্লী চৰকাৰে সিদ্ধান্ত এটা জাপি দিব নোৱাৰে’
‘সংবিধানৰ অনুচ্ছেদৰ মতে বড়োসকলৰ বাবে অধিকাৰ প্ৰদান কৰিছে সংবিধান’
‘এইয়া সম্পূৰ্ণ সংবিধান বিৰোধী’
মন্তব্য কৃষক মুক্তি সংগ্রাম সমিতি সাংগঠনিক সম্পাদক আকাশ দলেৰ
লগতে পঢ়ক : WATCH | Weather News : হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ