Local, Vocal, Global

WATCH | Heated situation : যোৰহাট চাংচোৱা চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

যোৰহাট,২৫মে’ : যোৰহাট চাংচোৱা চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি।

এটি নাবালক শিশু মৃত্যুক কেন্দ্ৰ কৰি হয় উত্তপ্ত পৰিস্থিতি।

জানিব পৰা মতে, এটা পুখুৰীত পৰিছিল এটি নাবালক শিশু।

কিন্তু প্ৰতক্ষদৰ্শীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিল শিশুটিক(Heated situation)।

শিশুটিক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰন কৰিব বাবে চাহ বাগিছাৰ কৰ্তৃপক্ষক জৰুৰীকালীন বাহন বিচাৰিছিল পৰিয়ালটিয়ে ।

কিন্ত তৎকালীন ভাৱে বাহন যোগান ধৰাৰ পৰা আঁতৰি আছিল চাহ বাগিছাৰ কৰ্তৃপক্ষ ।

অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা পিছত শিশুটি অকাল মৃত্যুক সাৱতি লয়।

তাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

লগতে পঢ়ক : WATCH | Boko News :’মহিলাৰ শ্লীলতাৰ হানি কৰিব দিলেহে ধন পাব অৰুণোদয় আঁচনিৰ’