WATCH | Heated situation : কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ
হাজো,৪মে’ : হাজোৰ শনিয়াদিৰ দেহৰকুৰিহাত উত্তপ্ত পৰিস্থিতি
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ
দুই পক্ষৰ মাজত থেলা-হেঁচাৰ পৰিস্থিতি(Heated situation)
দুলু আহমেদৰ ৰেলিত বাধা দিয়াৰ চেষ্টা কংগ্ৰেছৰ
দুলু আহমেদৰ সন্মুখত দুলু আহমেদ গ’বেক ধ্বনি কংগ্ৰেছ কৰ্মীৰ
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ কুসুমটোলাত শিৱ মন্দিৰ চুৰি