WATCH | Heated situation: নগাঁও আদালতৰ সমীপত অপ্ৰীতিকৰ পৰিস্থিতি
নগাঁও,২২এপ্ৰিল : নগাঁও আদালতৰ সমীপত অপ্ৰীতিকৰ পৰিস্থিতি।
উল্লেখ্য যে এজন ই ৰিক্সা চালক আৰু যাত্ৰীৰ মাজত ভাড়া দিয়াক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা ।
প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হোৱাৰ ফলত যাত্ৰী আৰু চালকৰ ৰক্তাক্ত হয়(Heated situation)।
পৰৱৰ্তী সময়চোৱাত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
লগতে চালকজনৰ ই ৰিক্সা জব্দ কৰাৰ লগতে ই ৰিক্সা চালকজনৰ লগতে যাত্ৰীজনকো থানলৈ লৈ যায়।
লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: বোকাজানৰ ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ