Local, Vocal, Global

WATCH | Health Tips : আপোনাৰ শৰীৰত বগা দাগৰ সমস্যা আছে নেকি ?

আপুনি নিশ্চয় দেখিছে যে কিছুমান লোকৰ মুখ বা শুনীবন আন অংশত বগা দাগ থাকে, ইংৰাজীত ইয়াক ভিটিলিগো বুলি কোৱা হয়। আপোনালোকক কও যে ডিটিলিগো হৈছে এনে এক ছালন বোগ, যাৰ ফলত ছালে নিজষ বং হেৰুৱাই পেলায়। ইয়াত মানুহৰ ছালত মসৃণ বগা অংশ দেখা দিয়ে। যদি আপোনার চুলিন বেখাত ভিটিলিগো হয়, তেন্তে আপোনাৰ শৰীৰৰ চুলিও বগা চাব পাৰে। শরীরর রোগ প্রতিরোধ ক্ষমতাই মেলান চাইটবোন ধ্বংস করিনে এই অবস্থা হয়। মেলান চাইট হৈছে মেলানিন উৎপন্ন করা ছালন কোষ। মেলামিড হৈছে সেই বাসায়নিক পদার্থ যিয়ে আপোনাৰ ছালখনক নং প্রদান কৰে(Health Tips)।

দিন বা দাগ পৰা আৰম্ভ হয়। যিবোৰ কেইবামাহৰ ভিতৰত ক্রমান্বয়ে সমগ্ন শৰীৰত বিয়পিব পাবে। ডিটিলিগো সাধাৰণতে হাত, ভৰি আৰু মুখৰ পৰা আৰম্ভ হয় যদিও শৰীৰৰ যিকোনো অংশত হ’ব পাবে, য’ত হেমা আৱৰণ (মুখব আর্দ্র আৱৰণ, নাক, যৌনাংগ আৰু মলদ্বাৰৰ অংশ), চকু, ভিতৰৰ কান আদিও অন্তর্ভুক্ত।

কেতিয়াবা ডাঙৰ ডাঙৰ দাগবোৰ বিয়পি

পৰে যদিও সাধাৰণতে বহু বছৰলৈকে একে ঠাইতে থাকে। সৰু সৰু মেকুলৰ অৱস্থান সময়ৰ লগে লগে সলনি হয়, কাৰণ ছালৰ কিছুমান অংশই বং হেৰুৱাই পুনৰ বং লাভ কৰে। ভিটিলিগোৰ দ্বাৰা আক্রান্ত হোৱা ছালৰ পৰিমাণ বেলেগ বেলেগ, কিছুমান বৌগীৰ শৰীৰত বগা দাগ কম আৰু কিছুমানৰ বেছিকৈ হোৱা দেখা যায়।

এইবোৰ খাদ্য পৰিহাৰ কৰিব লাগে-

ভিটিলিগো ৰোগীৰ বাবে চিকিৎসা বিজ্ঞানব

দ্বাৰা স্বীকৃতিপ্রাপ্ত কোনো নির্দিষ্ট খাদ্য নাই যদিও কেইবাটাও গবেষণাই দেখুৱাইছে যে কিছুমান লোকে কিছুমান বিশেষ খাদ্য খোৱাৰ ক্ষেত্ৰত নেতিবাচক প্রতার পেলায়, বিশেষকৈ হাইজ কুইনন হ্রাস কৰা খাদ্য। সকলোৰে শৰীৰ বেলেগ বেলেগ আৰু কিছুমান বিশেষ খাদ্যৰ প্রতিক্রিয়াও আচাৰ, ডালিম, নাচপতি, বর্তা মাংস, বিলাহী, ঘেঁহৰ সামগ্রী, টেঙা বস্তু। বেলেগ বেলেগ হ’ব পাৰে। সুৰা, নীল্য আমু, চাইড়াছ, কফি, দৈ, মাছ, ফুলৰ বস, আমলখি, আঙুৰ।

এই ৰোগত গাখীৰ খাব পাৰিব, গাখীৰ ৰাতি হে খাব, তামৰ পাত্রৰ পানি যি কোনো চিকিৎসা কৰি থাকিলেও খাব পাৰিব, গজালি ওলোৱা চানা খাব ৷