Local, Vocal, Global

Watch | The rare golden monkey in Kakaijana of Bongaigaon district: বঙাইগাঁও জিলাৰ কাকৈজানাত প্ৰত্যক্ষ দুস্প্ৰাপ্য সোনালী বান্দৰ

বঙাইগাঁও: বঙাইগাঁও জিলাত আমেৰিকাৰ পৰ্যটক দম্পতীয়ে দুস্প্ৰাপ্য সোনালী বান্দৰ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে ।সোনালী বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সজাগতাই পৰ্যটক দম্পতীহালক উৎসাহিত কৰা বুলিও মন্তব্য প্ৰকাশ।ইয়াৰ পিছতেই তেওলোকে উপস্থিত হয় শ্ৰী শ্ৰী ঠাকুৰানী আই মন্দিৰত।