WATCH | Hatsingmari News : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ DTO পৱন ঠাকুৰীয়াৰ গুণ্ডাগীৰ
হাটশিঙিমাৰী,১৫মে’: “কাণ ফালি দিম মাৰি। জে’লত সুমুৱাই দিম কুত্তাৰ পোৱালি। ননচেন্স চিনি পোৱা নাই তই”
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ DTO পৱন ঠাকুৰীয়াৰ গুণ্ডাগীৰি
কাম কৰাৰ পিছত পাবলগীয়া ধন বিচাৰি যোৱা যুৱকক ভা*বুকি দিলে পৱন ঠাকুৰীয়াই(Hatsingmari News)
লগতে পঢ়ক : WATCH | Akhil Gogoi : ‘শৃংখলক মই ২ লাখ টকা দিম’