Local, Vocal, Global

WATCH | Hatsingmari News : খাৰুৱাবান্ধাৰ ৫ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

হাটশিঙিমাৰী,৭মে’ : মানকাচৰৰ ফেকামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খাৰুৱাবান্ধাৰ ৫ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা।

খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহন কেন্দ্ৰ খেলপথাৰত হুলস্থুলীয়া পৰিবেশ(Hatsingmari News)।

এগৰাকী নাগৰিকে ভোট দিবলৈ অহাত একাংশ লোকে বাধা আৰোপ কৰাৰ অভিযোগ যদিও এতিয়ালৈকে ঘটনাৰ আচল ৰহস্য জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : WATCH | Hatsingmari News : ফেকামাৰী গাওঁ পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডত হঠাৎ অসুস্থ এজনী ভোটাৰ