Local, Vocal, Global

WATCH | Hatsingmari News : ফেকামাৰী গাওঁ পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডত হঠাৎ অসুস্থ এজনী ভোটাৰ

হাটশিঙিমাৰী,৭মে’ : মানকাচৰৰ সমষ্টিৰ ফেকামাৰী গাওঁ পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডত হঠাৎ অসুস্থ হয় এজনী ভোটাৰ।

নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহি এনেদৰে মূৰ্ছা যায় মহিলা ভোটাৰ(Hatsingmari News)।

বহু সময় ধৰি জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত শাৰি পাতি থকাৰ বাবে অসুস্থ হোৱা সন্দেহ ৰাইজৰ।

অসুস্থ মহিলা জনীক ততাতৈয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা চিকিৎসালয়লৈ প্ৰেৰন কৰে।

লগতে পঢ়ক : WATCH | Nagaon News : পুনৰ বেলেট পেপাৰত বিসংগতি !