Local, Vocal, Global

WATCH | Hatsingmari News : বৰলুইতৰ ভয়ংকৰ ৰূপ

হাটশিঙিমাৰী,২৬জুন : বৰলুইতৰ ভয়ংকৰ ৰূপ।

চকুৰ সন্মুখতেই বৰলুইতৰ বুকুত বিলীন হৈ গ’ল এখন ডাঙৰ মছজিদ।

দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ নদীয়ে লৈছে ভয়ংকৰ ৰূপ(Hatsingmari News)।

হাহাকাৰ নৈপৰীয়া ৰাইজৰ মাজত, আতংকত দিন কটাইছে সকলোৱে।

আজি সন্ধিয়া ফকিৰগঞ্জৰ ওয়াহাব বজাৰত থকা অঞ্চল খনৰ বৃহৎ মছজিদ চকুৰ সন্মুখতেই বৰলুইতৰ বুকুত বিলীন হৈ যায়।

লগতে পঢ়ক : WATCH | Jamugurihat News : নদুৱাৰ সমষ্টিৰ দুখন গাঁওপঞ্চায়তৰ শপত গ্ৰহন অনুষ্ঠান সম্পন্ন