Local, Vocal, Global

WATCH | Hatsingimari News : মানকাচৰ আৰক্ষী জালত VIP চোৰ

হাটশিঙিমাৰী,২২ মাৰ্চ : VIP চোৰ আহিছে । VIP চোৰক চাবলৈ হেতা ওপৰা লগাইছে ৰাইজে । আগদিনা চুৰি কৰি গৈ । পিছদিনা চুৰি কৰা বস্তু ল’বলৈ আহি হাতে লোটে ধৰা পৰিল চুৰ ।

মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত দিয়াৰাৰ গেৰামাৰীত এজন লোকৰ ঘৰত যোৱা নিশা চুৰি কৰি থৈ যোৱা বস্তু ল’বলৈ আহি ৰাইজৰ হাতত আবদ্ধ হয় দুজন কৈ VIP চোৰ।

আগদিনা চুৰি কৰি গৈ পিছদিনা চুৰি কৰা বস্তু ল’বলৈ আহি ৰাইজৰ হাতত আবদ্ধ হয় দুজন কৈ VIP চোৰ ।

চুৰ দুজন হ’ল দিয়াৰা বেপাৰীপাৰাৰ হবিবৰ ৰহমান আৰু একেখন গাওঁৰ মুনতাজ আলী বুলি জানিব পৰা গৈছে(Hatsingimari News)।

নগদ টকাৰ লগতে সোনৰ আ অলংকাৰ আৰু মোবাইল চুৰি কৰি বেলেগ ঠাইত ৰাখি গৈছিল। আজি চুৰি কৰা বস্তু ল’বলৈ আহি ৰাইজৰ হাতত আবদ্ধ হয় দুজন কৈ চোৰ।

ঘটনাস্থলীত মানকাচৰ আৰক্ষী উপস্থিত হৈ চোৰ দুজনক চমজাই লয়। পিছে এনে VIP চোৰ চাবলৈ চাৰিওফালৰ পৰা ৰাইজ ওলাই আহিছে।

লগতে পঢ়ক : WATCH | Sudhanshu Trivedi : অসমক চৰম অপমান কৰিলে বিজেপিৰ সাসংদ সুধাংশু ত্ৰিবেদীয়ে