Local, Vocal, Global

WATCH | Hatsingimari News : হাটশিঙিমাৰীত আছুৰ ড্ৰাগছৰ বিৰোধী সজাগতা সমদল

হাটশিঙিমাৰী,১৮মাৰ্চ : হাটশিঙিমাৰীত আছুৰ ড্ৰাগছৰ বিৰোধী সজাগতা সমদল।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰৱেশ দুৱাৰৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক সজাগতা সমদল উলিয়ায় দক্ষিণ শালমাৰা মানকাচৰ জিলা আছু কৰ্মীয়ে(Hatsingimari News)।

লগতে আছু কৰ্মীৰ এই সমদলত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যক্ষ এই সজগতা সমদলত অংশ গ্ৰহন কৰে।

ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ড্ৰাগছ বিৰোধী শ্ল’গানেৰে উলিয়ায় হয় এই সজাগতা সমদল কাৰ্যসূচী।

লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ সন্থা