Local, Vocal, Global

WATCH | Hatsingimari News : NHM অসমৰ কৰ্ম বিৰতিৰ আজি অন্তিম দিনাও মানকাচৰত কৰ্মচাৰীৰ কৰ্ম বিৰতি

হাটশিঙিমাৰী,৬মাৰ্চ : NHM অসমৰ কৰ্ম বিৰতিৰ আজি অন্তিম দিনাও মানকাচৰত কৰ্মচাৰীৰ কৰ্ম বিৰতি।

এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা পোৱা নাই কোনো আশ্বাস।

তিনিদিন ধৰি NHM ৰ কৰ্মচাৰীসকলে পালন কৰি আছে কৰ্ম বিৰতি।

সম কামৰ সম দৰমহাৰ বাবে গোটেই অসমতে পালন কৰি আছে কৰ্ম বিৰতি(Hatsingimari News)।

মানকাচৰৰ গজাৰিকান্দি প্ৰাথমিক স্বাস্থ্য খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত কৰ্ম বিৰতি পালন NHM ত কৰ্মৰত কৰ্মচাৰীৰ।

লগতে পঢ়ক :WATCH | Sonari News: সোণাৰিত NHM কৰ্মচাৰীৰ সংবাদ মেল