WATCH | Hatsingimari News: দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ সংবাদমেল
হাটশিঙিমাৰী,৪মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ সংবাদমেল।
মানকাচৰত ভূৱা পান কাৰ্ডৰ ঘাটি উৎখাত গ্ৰেপ্তাৰ এজন(Hatsingimari News)।
দক্ষিণ শালমাৰাত ৩ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।
লগতে পঢ়ক :WATCH | Massive fire breaks out: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ