Hatsingimari News:৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ

হাটশিঙিমাৰী,২৩জানুৱাৰী : দক্ষিণ শালমাৰাৰ মানকাচৰ জিলা আৰক্ষীয়ে হাটশিঙিমাৰীৰ ৰামভোলাপাৰাৰ হেলিপেডত জুই জ্বলাই নষ্ট কেইবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী।
বৃহস্পতিবাৰে দিনৰ ১১ বজাত দক্ষিণ শালমাৰাৰ মানকাচৰ জিলা আৰক্ষীয়ে দাহ কৰে নিচাজাতীয় সামগ্ৰীখিনি(Hatsingimari News)।
৬ কোটি ৪৯ লাখ ৬৪ হেজাৰ ৪শ টকাৰ নিচাজাতীয় সামগ্ৰী জুই জ্বলাই দাহ কৰিলে দক্ষিণ শালমাৰা মানকাচৰৰ জিলা আৰক্ষীয়ে ।
উল্লেখ্য যে আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচীত উপস্থিত আছিল আৰক্ষী অধীক্ষক হৰেন টকবিৰ লগতে জিলা খনৰ উচ্চপদস্থ বিষয়াসকল।
লগতে পঢ়ক :Kaliabor Sahitya Sabha: কলিয়াবৰ সাহিত্য সভা অধিবেশন