WATCH | Hatsingimari News : মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা Cool Drinks
হাটশিঙিমাৰী,১২জুন : নিশা মানকাচৰৰ পেচাৰকান্ধিত মানকাচৰ আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা Cool Drinks।
দীৰ্ঘ দিনৰ পৰাই বিক্ৰী কৰি আহিছিল ম্যাদ উকলি যোৱা Cool Drinks(Hatsingimari News)।
কৰিম নামৰ এজন ব্যক্তিৰ দোকানত দীৰ্ঘ দিনৰ পৰাই ম্যাদ উকলি যোৱা Cool drink বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত মানকাচৰ আৰক্ষীয়ে নিশা অভিযান চলাই এজন ব্যক্তিক সোধা পোচা কৰাৰ বাবে লৈ যায় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Heavy Storm : বৰদলনিত ধুমুহা তাণ্ডৱ