WATCH | Hatsingimari News : হাটশিঙিমাৰীৰ কুকুৰমাৰাত পদযাত্ৰা কাৰ্যসূচী
হাটশিঙিমাৰী,২৪মে’ : হাটশিঙিমাৰীৰ কুকুৰমাৰাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্য়োগত ড্ৰাগছ, বাল্যবিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে পদযাত্ৰা কাৰ্যসূচী(Hatsingimari News)।
সমাজত চলি থকা ড্ৰাগছ, শিশু শ্ৰমিক,বাল্যবিবাহ আদিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক সজাগ কৰাৰ লক্ষ্যৰে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সহযোগত আৰু সাধাৰণ ৰাইজৰ সহযোগত ৰূপায়ন কৰে আজিৰ কাৰ্যসূচী ।
লগতে পঢ়ক : WATCH | Dibrughar News : শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা প্ৰসংগত মানৱ অধিকাৰ আয়োগৰ তদন্ত ঘোষণা