Local, Vocal, Global

WATCH | Hatsingimari News : মানকাচৰত ৱাকফ আইনৰ বিৰুদ্ধে শ্লোগান দি আটক প্ৰায় ২৫ জন আমছু কৰ্মী

হাটশিঙিমাৰী,৯এপ্ৰিল : মানকাচৰত ৱাকফ আইনৰ বিৰুদ্ধে শ্লোগান দি আটক প্ৰায় ২৫ জন আমছু কৰ্মী।

আমছু কৰ্মী সকলে মানকাচৰৰ দিয়াৰাৰ পৰা গুৱাহাটী অভিমুখে ৰাওঁনা হোৱাৰ সময়ত দিছিল শ্লোগান(Hatsingimari News)।

শ্লগান দিয়াৰ সময়তে মানকাচৰ আৰক্ষীয়ে আটক কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সভাপতি সহ আন কৰ্মী সকলোক।

আৰক্ষীয়ে আমছু কৰ্মী সকলোক আটক কৰি মানকাচৰ থানালৈ লৈ যায়।

লগতে পঢ়ক : WATCH | Road Accident : চাৰিচকীয়া বাহন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৬জন যাত্ৰী