WATCH | Hatsingimari News : মূল্য বৃদ্ধিক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

হাটশিঙিমাৰী,৮এপ্ৰিল : মূল্য বৃদ্ধিক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাত মূল্য বৃদ্ধি হোৱাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
চৰকাৰে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে অনাগত দিনত গণতান্ত্ৰিক ভাবে আন্দোলন কৰিব বুলি অসম চৰকাৰক হুংকাৰ দিয়ে(Hatsingimari News)।
ৰন্ধন গেছ,পেট্ৰল,ডিজেল,ঔষধ ৰ মূল্য বৃদ্ধি হোৱাৰ পিছত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ নাহৰণিত হজ যাত্ৰীক প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠান