WATCH | Hatsingimari News : ৱাকাফ সংশোধনী বিধেয়ক বিল বাতিলৰ বিৰুদ্ধে মানকাচৰৰ কালাপানীত আমছুৰ তীব্ৰ প্ৰতিবাদ

হাটশিঙিমাৰী,৪এপ্ৰিল : ৱাকাফ সংশোধনী বিধেয়ক বিল বাতিলৰ বিৰুদ্ধে মানকাচৰৰ কালাপানীত আমছুৰ তীব্ৰ প্ৰতিবাদ।
মুখত কলা কাপোৰ পিন্ধি প্ৰতিবাদ কৰে আমছু কৰ্মীয়ে(Hatsingimari News)।
লোকসভাত ৱাকাফ সংশোধনী বিধেয়ক পাছ হোৱাৰ লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে।
আজি আবেলি দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ উদ্যোগত কালাপানী বজাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৱাকাফ সংশোধনী বিধেয়ক বিল খন জুইত জ্বলাই এই বিল বাতিল কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আমছু কৰ্মীয়ে।